বতৰ পৰিৱৰ্তনৰ লগে লগে মূৰৰ বিষত অশান্তিত আছে ? তেনেহলে এই আইতাহতৰ ৰেচিপিবোৰ চেষ্টা কৰক - Headache Home Remedies
AsomNow
8:58 AM
বাৰিষা কালত শৰীৰত বহুত ঘাম ওলায় আৰু dehydration হোৱাৰ বাবে মূৰৰ বিষ আৰম্ভ হয়। পানী খাই থাকিব লাগে। যদি পানী খালেও এই সমস্যা নাইকিয়া নহয়,...
