বিমানৰ টিকট বাতিল কৰিলে সম্পূৰ্ণ ধন ঘূৰাই দিয়া হ’ব, Paytm লৈ আহিছে ‘Cancel Protect’ বৈশিষ্ট্য
AsomNow
7:56 AM
পেটিএম-এ জনোৱা মতে, ‘Cancel Protect’ৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে ৰিফাণ্ডৰ ধনৰ ওপৰত কোনো সীমাৰ সন্মুখীন নহ’ব আৰু ভাড়া তৎক্ষণাত ক্ৰেডিট কৰা হ’ব।...
