মটৰ’লাই স্মাৰ্টফোনৰ সংজ্ঞা সলনি কৰিবলৈ ওলাইছে, স্মাৰ্টফোনটো ঘড়ীৰ দৰে হাতত পিন্ধিৱ পাৰিব, চাওক ভৱিষ্যত কি হ’ব। Motorola Bendable Device
AsomNow
9:24 PM
টেক ৱৰ্ল্ড ২০২৩ত লেন’ভ’ই মটৰ’লাৰ কোম্পানীটোৰ প্ৰথমটো বেণ্ডেবল স্মাৰ্টফোন প্ৰদৰ্শন কৰে। অৱশ্যে কোম্পানীয়ে এনে ফোন দেখুৱাই দিয়াটো প্ৰথম নহয়...
