এতিয়া হোৱাটছএপত এইচডি ফটো প্ৰেৰণ কৰিব পাৰিৱ - WhatsApp now allows users to share HD Images
AsomNow
12:10 PM
হোৱাটছএপে ঘোষণা কৰিছে এক নতুন ফিচাৰ, য’ত ব্যৱহাৰকাৰীয়ে HD মানৰ ফটো শ্বেয়াৰ কৰিব পাৰিব। এই আপডেট ঘোষণা কৰিছে মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে...
