Assamese Blog, Jobs in Assam, Assamese Font, Helth Tips, Assamese Graphics Designe

Assamese Blog, Jobs in Assam, Assamese Cover Designe, GFX Designer, Assamese Font, Assamese Unicode Font, Assamese Tips & Tricks

Breaking

Tuesday, February 5, 2019

Kajol Kajol by Zubeen Garg | Assamese Song Lyrics


Song: Kajol Kajol
Singer: Zubeen Garg

কাজল কাজল দুচকুতে
এসাগৰ মৰম আছে কাৰ বাবে
মোৰ মন তোমাতেই
প্ৰতি দিন প্ৰতি পলে
তোমাক বিচাৰো জনম জনমলৈ
হিয়াই হিয়াই তুমি মোৰ মাথো মোৰ
সপোন যেন সপোন লাগে তোমাৰ নীলা দুচকু
ভৰি আছে মৰম এবুকু এবুকু
জীয়া জীয়া সপোন আছে তোমাৰ দুচকুত
মৰম হৈ ৰৈ যাম ম‌ই তোমাৰ দুবাহুত
তেজে তেজে শিপালে মৰমৰ অনুভৱে
দুখনি হিয়াক জুৰাও আহা চিৰদিনলৈ
দিবানে ঐ জিৰাবলৈ এবাৰ তোমাৰ বুকুত
শিৰে শিৰে বিয়পিচে মৰম দুবাহুত
কাজল কাজল...

No comments:

Post a Comment

Adbox