আজি ১৯ জুন ৰাতিপুৱা জুবিন দাই ৰংজূলিৰ বায়খো উৎসৱ অনুষ্ঠান শেষ কৰি উভতি
আহি আছিল । আহি থাকোতে ছয়গাঁৱৰ কৈমাৰীত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দুৰ্ঘটনাত
পতিত গাড়ী এখন প্ৰত্যক্ষ কৰে । তেওঁ গাড়ী ৰাখি ততাতৈয়াকৈ ৰাস্তাত পৰি থকা
আহত লোক কেইজনক স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰে আৰু নিজ হাতেৰে Ambulance ত
উঠাই দি চিকিৎসাললৈ প্ৰেৰণ কৰে ।
Wednesday, June 19, 2019
জুবিনৰ মহানুভৱতা - Zubeen Garg Save People
Tags
# Assam
# assam news
About AsomNow
alistarbot is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates.
zubeen garg
Tags
Assam,
assam news,
zubeen garg
Subscribe to:
Post Comments (Atom)




No comments:
Post a Comment