Assamese Blog, Jobs in Assam, Assamese Font, Helth Tips, Assamese Graphics Designe

Assamese Blog, Jobs in Assam, Assamese Cover Designe, GFX Designer, Assamese Font, Assamese Unicode Font, Assamese Tips & Tricks

Breaking

Sunday, May 9, 2021

অসমৰ ৫ বিধ গগনাৰ বিষয়ে জানো আহক

//ক্ষেত্ৰ ভিত্তিক অধ্যয়ন মতে আমাৰ অসমত এই ৫ বিধ গগনাৰ উৎস পোৱা গৈছে//
১/  বৰ গগনা
২/  চুঙা গগনা
৩/  লাহৰী গগনা
৪/  ৰামধন গগনা
৫/  শালিকী ঠুটিয়া গগনা
               ইয়াৰ ভিতৰত বৰ গগনা, চুঙা গগনা আৰু শালিকী ঠুটিয়া গগনা বিধ আজি আমাৰ সমাজৰ পৰা লুপ্ত প্ৰায়। আমাৰ আহোম সমাজত তাহানিতেই এই গগনা কেইবিধৰ  প্রচলিত আছিল বুলি জনা যায়। বাকী লাহৰী আৰু ৰামধন গগনা দুবিধ অসমৰ প্ৰায় সকলো জিলাতেই বৰ্তমান প্ৰচলিত। আকাৰত ডাঙৰ বাবে বৰ গগণা, বাঁহৰ চুঙাৰে সজা বাবে চুঙা গগনা আৰু শালিকা চৰাইৰ ঠোঁট সদৃশ আৰু নিচেই সৰু বাবে ইয়াক শালিকী ঠুটিয়া গগনা বুলি জনাজাত আছিল। ইয়াৰে শালিকী ঠুটিয়া গগনা বিধ সেই তাহানিৰ বোৱাৰী সকলে শাহু-শহুৰে নেদেখাকৈ উৰণীৰ তলত, খোপাত গুজি লৈ নৈৰ ঘাটৰ পৰা পানী আনিবলৈ যাওঁতে লৈ গৈছিল  আৰু নৈৰ ঘাটতেই কেইজনীমান বোৱাৰী লগ হৈ বিহু জুৰিছিল বুলি জনমত আছে ।
#সংগ্ৰহ

No comments:

Post a Comment

Adbox