Assamese Blog, Jobs in Assam, Assamese Font, Helth Tips, Assamese Graphics Designe

Assamese Blog, Jobs in Assam, Assamese Cover Designe, GFX Designer, Assamese Font, Assamese Unicode Font, Assamese Tips & Tricks

Breaking

Saturday, September 4, 2021

ঘৰতে বহি ড্ৰাইভিং লাইচেন্স লাভ কৰিব আপুনি! কিন্তু কেনেকৈ? - Online Learner License Apply Assam

ঘৰতে বহি ড্ৰাইভিং লাইচেন্স লাভ কৰিব আপুনি! কিন্তু কেনেকৈ?

এতিয়াৰে পৰা লাৰ্ণাৰ্চ লাইচেন্সৰ বাবে আপুনি আৰু ডিটিঅ’ অফিচত দীঘলীয়া শাৰী পাতিব নালাগে। আজিৰে পৰা ঘৰতে বহি অনলাইন যোগে লাৰ্ণাৰ্চ লাইচেন্স লাভ কৰিব আপুনি। আজি দিনৰ ১২ বজাত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত

অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত অনলাইন লাৰ্ণাৰ্চ লাইচেন্স প্ৰাপ্তিৰ সুবিধা আৰু ভেহিকল ফিটনেচ এপৰ শুভাৰম্ভ কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

🔴 কেনেকৈ লাভ কৰিব লাৰ্ণাৰ্চ লাইচেন্স?

parivahan.gov.in ত গৈ লগ ইন কৰক

⚫ আধাৰ নম্বৰৰ সৈতে অনলাইন আবেদন কৰক আৰু ঘৰৰ পৰাই লাৰ্ণাৰ্চ লাইচেন্সৰ বাবে পৰীক্ষা দিয়ক

⚫ লাৰ্ণাৰ লাইচেন্সখন প্ৰিন্ট কৰক 

 

🔴আজিৰে পৰা যিকোনো জিলা পৰিবহন কাৰ্য্যালয়তে অসনত পঞ্জীয়ন কৰা যান-বাহনৰ ফিটনেচ চাৰ্টিফিকেট নবীকৰণ কৰিব পাৰিব 🔴

 

🔴 অনলাইন যোগে ঘৰতে বহি লাভ কৰক ভেহিকল ফিটনেচ চাৰ্টিফিকেট

⚫ বাহনৰ গৰাকীয়ে parivahan.gov.in ত গৈ আবেদন কৰক

⚫ এমভিআইয়ে m-Vahan মোবাইল এপত বাহনখনৰ তথ্য আৰু ফটো অন্তৰ্ভুক্ত কৰিব

⚫ ফিটনেচ চাৰ্টিফিকেট ডাউনলোড কৰক

1 comment:

Adbox