বীৰত্ব, ত্যাগ, সাহস আৰু দেশপ্ৰেমৰ প্ৰতিভূ হৈ বীৰ লাচিত জীয়াই থাকক প্ৰতিজন অসমীয়াৰ তেজত, স্বদেশ আৰু স্বজাতিৰ হকে বীৰ লাচিত হওঁক চিৰ জাগ্ৰত প্ৰহৰী।
অসমীয়া জাতিৰ শৌৰ্য-বীৰ্য, অদম্য সাহস আৰু বীৰত্বৰ প্ৰতীক বীৰ লাচিত বৰফুকন দেৱক লাচিত দিৱসৰ শুভ দিনটোত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।।
#LachitDiwas
Friday, November 24, 2023
lachit Diwas - বীৰ লাচিত দিৱস
About AsomNow
alistarbot is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates.
Lachit Diwas 2023
Subscribe to:
Post Comments (Atom)





No comments:
Post a Comment