১৫ মে’ ২০১৯ ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত-হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাত ছেবাই ঘোষণা কৰিব ফলাফল। ৱেবছাইট আৰু SMS যোগে ঘোষণা হ’ব পৰীক্ষাৰ ফলাফল । ১৩টা ৱেবছাইটত উপলব্ধ হ’ব মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল । পুৱা ১১ বজাত পৰীক্ষাৰ্থীয়ে লাভ কৰিব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট।

No comments:
Post a Comment