Assamese Blog, Jobs in Assam, Assamese Font, Helth Tips, Assamese Graphics Designe

Assamese Blog, Jobs in Assam, Assamese Cover Designe, GFX Designer, Assamese Font, Assamese Unicode Font, Assamese Tips & Tricks

Breaking

Tuesday, May 14, 2019

Reliance JioPrime Membership সকলো বৰ্তমান গ্ৰাহকলৈ এক বছৰ ফ্ৰী

Reliance JioPrime Membership সকলো বৰ্তমান গ্ৰাহকলৈ এক বছৰ ফ্ৰী
 যদি আপোনাৰ JioPrime Membership শেষ হৈছে আৰু আপোনি Jio ৰ বৰ্তমান গ্ৰহক তেন্তে চিন্তা নকৰিৱ ।
Jio এই এই সেৱা সকলো গ্ৰাহকলৈ এক বছৰলৈ ফ্ৰীতে ৰিনিউ কৰি দিছে ।
মানে এই সেৱা অৰু এক বছৰলৈ উপভুগ কৰিৱলৈ পাৱ ।
কেনেকৈ চাৱ  Jio Prime Membership auto renewal
এইখিনিতে আপোনাক জনাও যে Jio Prime Membership ৰিনিউ কৰাৰ প্ৰয়োজন নাই ।
ইয়াক কম্পানি ৰ ফালৰ পৰাই এক বছৰলৈ বঢ়াই দিয়া হৱ । 
Jio Prime Membership ৰিনিউ হৈছে নে নাই আপোনিও চাব পাৰে ।
তাৰ বাবে আপোনি আপোনাৰ ফোনত থকা MY JIO APP ত যাওক,

তাৰ পিছত উপৰৰ বাওঁ ফালে থকা মেনো ত কিল্ক কৰক, আৰু তাত থকা My Plans ত যাওক,

আৰু চাওক তাত এক বছৰৰ বাবে বঢ়াই দিয়া হৈছৈ ।

1 comment:

Adbox